তোমালোকক ব্যাকৰণ বুজোৱা, আৰু কিতাপ ৰ সকলো গদ্য, গল্প, কাহিনী, পঢ়োৱা ৰ লগতে প্ৰশ্ন উত্তৰ সমূহ কৰাই দিয়া হব।
তোমালোক ৰ সপ্তাহ টো ত এবাৰ পৰীক্ষা পতা হব।
তোমালোকে বুজি নাপালে আকৌ সুধিব পাৰিবা,
ভালকে বুজি নোপোৱা লেকে বুজাই দিম। আৰু তোমালোকে মোক প্ৰশ্ন সুধিব পাৰিবা যিটো নোৱাৰা। মই বুজাই দিম । আৰু পৰীক্ষা পাতি বুজি পাইছা নাই চোৱা হব যদি বুজি নোপোৱা...